সোণৰ অসম

অসম.... নামটোতেই যেন সোমাই আছে এক মাদকতা ভৰা ইতিহাস । ধুবুৰীৰ পৰা শদিয়ালৈ আমাৰ অসম দেশখনি অকল প্ৰাকৃতিক সম্পদতেই চহকী বুলি কলে হয়তো ভুল কোৱা হব । মোগল সাম্ৰাজ্যই নতশিৰ কৰাব নোৱাৰা আমাৰ অসম দেশখনি ইতিহাসৰ পিনৰ পৰাও সমানেই চহকী । প্ৰাকৃতিক তথা ঐতিহাসিক অসম দেশখনিলৈ এবাৰ চকু ফুৰাও আহক....


শিৱসাগৰ-- ইতিহাসেও কথা কয় :

কাৰেংঘৰ :






চৰাইদেউ




তলাতল ঘৰ





গোলাঘৰ



জয়দৌল



স্বৰ্গদেউ ৰূদ্ৰসিংহ উদ্যান তোৰণ



নামদাংৰ শিলৰ সাকোঁ


ৰংঘৰ বাকৰি






তেজপুৰ-- প্ৰেমৰ নগৰী :

অগ্নিগড়





ব্ৰহ্মপুত্ৰ-- শদিয়াৰ পৰা ধুবুৰীলৈ, অসমৰ মেৰুদণ্ড

তেজপুৰ

গুৱাহাটী



নৰনাৰায়ন সেঁতু (পঞ্চৰত্ন)


গৰখীয়া গোঁসাই ঘৰ (সৰভোগ- বৰপেটা)





No comments:

Post a Comment